ছয়গাঁৱৰ ভাঠীপাৰাত নৃশংস হত্যাকাণ্ড

33

ছয়গাঁৱৰ ভাঠীপাৰাত নৃশংস হত্যাকাণ্ড।

পাৰিবাৰিক কন্দলৰ বাবেই ক্ষীৰোদ দাস নামৰ লোকজনক হানি-খুঁচি হত্যা।

তাঁতশালৰ গাৰিৰ বাবে ক্ষীৰোদ দাসক হত্যা শালপতিৰ।

দুদিন পূৰ্বে দুই ভগ্নীৰ মাজত লাগিছিল কাজিয়া।

হত্যাকাৰীক ফাঁচিৰ দাবী স্থানীয় ৰাইজৰ।