চৌদিশে উৎসৱ মুখৰ পৰিবেশ

81

অয্যোধাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি এতিয়া সৰ্বত্ৰে এক আনন্দময় আৰু ধাৰ্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত ৰেলনগৰী লামডিঙতো এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । লামডিংৰ বিভিন্ন প্ৰান্তত চলিচে প্ৰভু ৰামৰ আৰাধনা । লামডিঙৰ ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে উৎসৱমুখী পৰিৱেশ গঢ়ি তুলিছে লামডিঙত ।