চিৰাং জিলাৰ বিজনীতো আছুৰ ১০ ঘণ্টীয়া অন্নশন

সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীতো আছুৰ ১০ ঘণ্টীয়া অনশন।অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত সদৌ অসম ছাত্র সন্থাৰ নিৰ্দেশ মৰ্মে বিজনী আঞ্চলিক ছাত্র সন্থাই ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী।বিজনী আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ মাতৃভাষা বিৰোধী কাৰ্য কলাপৰ পৰা বিৰোধ থাকিবলৈ আহ্বান জনায়।অন্যথা পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈও ভয়াৱহভাব গণ আন্দোলন কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *