চিলাপথাৰৰ ছিলাসুঁতি চাব চেণ্টাৰত পথ দুৰ্ঘটনা

চিলাপথাৰৰ ছিলাসুঁতি চাব চেণ্টাৰত পথ দুৰ্ঘটনা । উদণ্ড বাইক চালকক ৰাইজৰ উত্তম-মাধ্যম।

আঘাত প্ৰাপ্ত শিশু সহ মহিলাক হাস্পাতাল লৈ প্ৰেৰণ।
ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ ছিলাসূঁতি ভগৱান চাৰিআলি অঞ্চলত পুৱাৰে পৰা এজন যুৱকে AS 22F 4438 নম্বৰৰ য়া’মহা বাইক
তীব্র গতিত চলাই আতংকৰ পৰিবেশ সৃষ্টি কৰি আছিল।

দিন বেয়া আছিল আজি বেচেৰাৰ
১১.৩০ মান বজাত চিলাপথাৰ দিশৰ পুনৰ তীব্ৰ গতিৰে আহি ব্ৰিজ বাৰী লৈ যোৱা পথৰ কেঁকুৰীত কণমানি শিশু সহ এগৰাকী মহিলাক খুন্দা মাৰি বাগৰি পৰে 2 নং মাজৰবাৰী নেপালী গাওঁৰ জেষ্ট ছেত্ৰী নামৰ উদণ্ড বাইক চালক জন।

লগে লগে স্থানীয় ৰাইজে এইদৰে উত্তম-মাধ্যম সোধাই থকা দেখা গল।

ইপিনে কণমানি শিশু সহ মহিলা গৰাকীক ৰাইজৰ সহযোগত ততাতৈয়াকৈ ভগৱান চাৰিআলিৰ চাব চেণ্টাৰলৈ নিয়া হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *