চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ৩জন লোক। পথৰ কাষত ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ খুন্দা। টাটা পাঞ্চৰ খুন্দাত প্ৰাণ গ’ল ভাতৃ-ভগ্নীৰ। নিহত একেটা পৰিয়ালৰে আজা চুংক্ৰাং আৰু জয়া চুংক্ৰাং। আনহাতে তীব্ৰবেগী বাহনখনে মহটিয়াই নিয়ে এখন বাইকো। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় এজন বাইক আৰোহীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *