চিকিৎসাৰ নামত ৰোগীৰ আত্মীয়ক প্ৰহাৰ

লাহৰীঘাটত মুন্নাভাই M B B S ৰ আক্ৰমন
চিকিৎসাৰ নামত ৰোগীৰ আত্মীয়ক প্ৰহাৰ ।
চিকিৎসাৰ বাবে ধন লৈ অৱশেষত ৰোগীৰ আত্মীয়ক জখম কৰাৰ অভিযোগ ৰোগীৰ পিতৃৰ । লাহৰীঘাটৰ বৰবড়ীত দিলজাৰ হুছেইন ওৰফে পগলা ডাক্তৰে দীৰ্ঘদিন ধৰি নিজগৃহতে চলাই গৈছে চিকিৎসা । এগৰাকী ৰোগীৰ চিকিৎসাৰ নামত দশহেজাৰ টকা লৈ চিকিৎসা কৰি দিৱ কৈ অৱশেষত আজি পুৱা ৰোগীৰ আত্মীয়ৰ কেইবাজনলোকৰ লগত প্ৰথমে কাজিয়াত লিপ্ত হৈ পৰৱৰ্তী সময়ত ৰোগীৰ আত্মীয়ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে মুন্নাভাইৰূপী ডাক্তৰ জনে । আহত কেইজন বৰ্তমান লাহৰীঘাট মডেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *