চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল বিদ্যুৎ বিলৰ নামৰ ৰাইজক ৰাম টাঙোন

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল বিদ্যুৎ বিলৰ নামৰ ৰাইজক ৰাম টাঙোন।

ভাটিয়াখালি গাঁৱৰ মিঠুন মণ্ডল নামৰ লোকজনে চামগুৰি বিদ্যুত উপ সংমণ্ডৰ বিৰুদ্ধে আনিলে বিস্ফোৰক অভিযোগ।

বিদ্যুতৰ ইউনিট হিচাপ নকৰাকৈয়ে বনাই বিল।

মাহেকত ১০০ৰ পৰা ১৫০টকা বিল অহা লোকৰ নামত বিল বনাই ৫০০ৰ ওপৰত যাক লৈ ক্ষোভ সাধাৰণ ৰাইজৰ।

এফালে বিদ্যুতৰ লুকাবাকুত অতিষ্ঠ ৰাইজ আন ফালে বিদ্যুত বিলৰ নামৰ হাৰশাস্তি চামগুৰি বৈদিক উপ সংমণ্ডলৰ।

বিদ্যুৎ মাচুল অধিক হোৱাত কয় মিটাৰ সলাবলৈ অন্যথা আহিব বেছিকৈ বিল।

এতিয়া প্ৰশ্ন হয় যদি মিটাৰ বেয়া তেন্তে কেনেকৈ বনাই বিল কিহৰ বৃত্তিত বঢ়াই দিছে বিলৰ পৰিমাণ।

সময়ত নাথাকে বিদ্যুত ব্যৱহাৰ নকৰাকৈয়ে এই ধৰে বিল বঢ়াই দিয়াত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ৰাইজৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *