চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ

61

চাপৰৰ ঘুনিমাৰীৰ এজন লোক নিৰুদ্দেশ।

শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে আনোৱাৰ আলী নামৰ লোকজন।

ট্ৰাকৰ হেণ্ডিমেন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল আনোৱাৰ।

গুৱাহাটীৰ লখৰাৰ পৰা নিৰুদ্দেশ হয় লোকজন।

পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও পোৱা নাই শুংসূত্ৰ।

আনোৱাৰৰ কিবা সম্ভেদ পালে থানা অথবা 8638595834ত যোগাযোগৰ আহ্বান পৰিয়ালৰ ।