গোৱালপাৰাৰ দলগোমাৰ মামুদপুৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৭ টাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। জুইত জাহ যায় কেইবা লাখ টকাৰ সা-সম্পত্তিও। উল্লেখযোগ্য যে গাঁওখনৰ ছামাদ আলীৰ ঘৰত এই অগ্নিকাণ্ড