গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। নিশা হঠাৎ জ্বলি উঠিল দুখনকৈ মালভৰ্তি বাহন। স্থানীয় লোকে জুই নিৰ্বাপণৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপণ হয় জুই। ভস্মীভূত হয় বাহন দুখনত থকা সকলো সামগ্ৰী। কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *