গোৰেশ্বৰ কেৰ্পাভিঠাত কেৰ্পাভিঠা উপ স্বাস্থ্য কেন্দ্র মেৰামতিৰ নামত দূৰ্নীতি।
নিজৰ ময় মতালিৰে কাম কৰি আহিছে ঠিকাদাৰ ছাদেক আলীয়ে
ৰাইজে বাৰে বাৰে অভিযোগ উত্থাপন কৰি অহাৰ পিছত ও কাণসাৰ নাই ঠিকাদাৰ ছাদেক আলীৰ
ভঙা কাঠতে ৰং খনাৰ লগতে সম্পূর্ণ কাম নকৰি দায়িত্ব সামৰিৱ বিছাৰিছে ঠিকাদাৰ গৰাকীয়ে।
আজি অঞ্চলৰটোৰ কেইজনমান সচেতন যুৱকে উপস্থিত হৈ স্বাস্থ্য কেন্দ্রটোৰ হোৱা দুর্নীতিৰ বাবে কাম বন্ধ কৰি দিয়ে।
লগতে ঠিকাদাৰ গৰাকীক নিজে উপস্থিত হৈ কাম সমূহ পৰিদৰ্শন কৰিৱ দিয়ে।
ইপিনে ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে এই দুৰ্নীতিত চৰকাৰী বিষয়াও জড়িত হয় থকাৰ সন্দেহ কৰে ।
ইয়াৰ লগতে কয় যে এই দুর্নীতিগ্ৰস্থ ঠিকাদাৰ গৰাকীক নাকী লগাবলৈ অনুৰোধ জনাই।