গোৰেশ্বৰত বিজেপিৰ ধন্যবাদসূচক শোভাযাত্ৰা



গোৰেশ্বৰত বিজেপিৰ ধন্যবাদসূচক শোভাযাত্ৰা ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক ধন্যবাদ জনাই বাহিৰ কৰা হয় এই শোভাযাত্ৰা ।

যোৱা ২৬ মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়াৰ জনসভাত বাইহাটা চাৰিআলি-গোৰেশ্বৰ সংযোগী পথ টুলেণ্ডযুক্ত কৰাৰ লগতে গোৰেশ্বৰত ৰেলৱে অফাৰ ব্ৰীজ নিৰ্মাণৰ ঘোষণা কৰাকলৈ গোৰেশ্বৰ মণ্ডল বিজেপিয়ে আজি এই শোভাযাত্ৰা বাহিৰ কৰে ।
গোৰেশ্বৰ মণ্ডল বিজেপিৰ শতাধিক কাৰ্যকৰ্তাই গোৰেশ্বৰ চহৰৰ মাজমজিয়াৰে এই বিশাল শোভাযাত্ৰা বাহিৰ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *