গোসাইগাঁৱত ভয়ংকৰ ঘটনা

গোসাইগাঁৱত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা। মাৰ্চিলা মুৰ্মূ নামৰ মহিলাগৰাকীক হত্যা। সুৰা সেৱন কৰাই পৰিকল্পিতভাৱে হত্যা মহিলাগৰাকীক। ভোগঝৰা-সহৰপুৰ গাঁৱত সংঘটিত এই ঘটনা। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক। ধৃত লোকজন দুই নম্বৰ ফুলকুমাৰীৰ লক্ষ্মণ টুডু। আৰক্ষীৰ সন্মুখত মহিলাগৰাকীক হত্যাৰ কথা স্বীকাৰ লক্ষ্মণ টুডুৰ। কবিৰাজৰ কথামতে মহিলাগৰাকীক কৰা হৈছিল হত্যা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *