গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল বিভাগৰ চলিল উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল বিভাগৰ চলিল উচ্ছেদ অভিযান।সৰুপথাৰত ৰেলৱে ভূমি দখল কৰি থকা দোকান আৰু ঘৰসমূহত চলিল বুলডেজাৰ।ৰেলৱে কতৃপক্ষ আৰু ধনশিৰি মহকুমাৰ প্ৰশাসনৰ সহযোগত ৰেলৱে ভূমিত ডাবল ট্ৰেক তথা বিভিন্ন উন্নয়নমূলক কাম কৰাৰ স্বাৰ্থতেই চলালে এই উচ্ছেদ অভিযান।বতমানলৈকে প্ৰায় ১৭টা ঘৰ আৰু ৭১ খন দোকান উচ্ছেদ কৰে।এই উচ্ছেদ অভিযানত ৰেলৱে কতৃপক্ষ আৰু ধনশিৰি প্ৰশাসনক সকলো ৰাইজে সহযোগিতা আগবঢ়াই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *