গোলাঘাটৰ মহিমা চাহ বাগিছাত অঘটন

গোলাঘাটৰ মহিমা চাহ বাগিছাত অঘটন: বিদ্যুত স্পীত হয় এগৰাকী মৃত্যু।
গোলাঘাটৰ মহিমা চাহ বাগিচাৰ তিনিনম্বৰ লাইনত আজি পুৱা বিদ্যৎ পিষ্ঠ হৈ এগৰাকী অবিবাহিতা মহিলাৰ মৃত্যু হোৱা ঘটনাই বাগিছাখনত শোকৰ বণ্যা বোৱাইছে ৷ ঘটনাৰ বিৱৰণিত জানিবপৰা মতে বাগিছাখনৰ ৩ নং লাইনৰ ৪০ বছৰীয়া মহিলা মাজনী প্ৰজায়ে আজিপুৱা কামলৈ যোৱা নাছিল ঘৰুৱা কামকৰি থকা সময়তে বিদ্যুত মিটাৰৰ কাষত থকা আৰ্থিংত তেওঁৰ হাতখন লগাত বিদ্যুতপিষ্ঠ হৈ ঢ়লি পৰে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁক বাগিছাৰ এম্বোলেঞ্চত গোলাঘাটৰ ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু চিকিৎসকে মৃত ঘোষণা কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *