গোলকগঞ্জত চোৰাং সোণসহ গ্ৰেপ্তাৰ এজন যুৱক। যুৱকজনৰ নাম আইনাল হক। যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮০ তোলা সোণ। সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫৬ লাখ টকা। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোকডাঙাত ঘৰ যুৱকজনৰ।