গেৰুৱা বসন পৰিধান কৰি ধ্যানত বহিল মোদী

51

কন্যাকুমাৰীৰ বিবেকানন্দ শিলাস্মাৰকত ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

শনিবাৰে বিয়লিহে অন্ত পৰিব প্ৰধানমন্ত্ৰী মোদীৰ বহু চৰ্চিত ধ্যান৷

ধ্যানৰ পূৰ্বে কন্যাকুমাৰীৰ ভগৱতী দেৱী অম্মন মন্দিৰত পূজা মোদীৰ৷

গেৰুৱা বসন পৰিধান কৰি ধ্যানত বহিল মোদী৷