গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ।
শীত নিবাৰণৰ কাৰণে নৱবৰ্ষৰ প্ৰথমটো দিনত দৰিদ্ৰ লোকৰ মাজত গৰম বস্ত বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই
গেলেকী লাডৈগড় আৰু হাবিগাওঁৰ অতি দৰিদ্ৰ কেইবাটাও পৰিয়ালৰ মাজত এই গৰম বস্ত বিতৰণ কৰা হয়
ঘৰে ঘৰে গৈ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এই বস্ত বিতৰণ কৰে ।
এই কাৰ্যসূচী ধাৰাবাহিক ভাৱে চলাই যোৱাৰ কথা ক’লে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই।
