গেলেকীৰ হাতিপটিত ভয়ংকৰ পথ দুৰ্ঘটনা

গেলেকীৰ হাতিপটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।।

থিতাতে নিহত হৰেণ চিক নামৰ এজন যুৱক ।।


মহেশ গুৱালা আৰু জিন্তু ভূমিজ নামৰ অন্য দুজন যুৱক গুৰুত্বৰ ভাৱে আহত হৈছে ।।

নিহত হৰেন চিক নামৰ যুৱক জনৰ ঘৰ গেলেকীৰ মুদী নগৰত ।।

নাজিৰাৰ মেকীপুৰৰ পৰা গেলেকী অভিমুখে আহি থাকোতে হাতিপটিত সংঘটিত হয় এই দুৰ্ঘটনা।।

একেখন মটৰ চাইকেলত তিনিজন যুৱক তিনিজন যুৱক উঠি আহিছিল বুলি জানিব পৰা গৈছে।।


পথৰ কাষৰ এটা পুলত প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলত উফৰি পৰে যুৱক কেইজন ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *