গেলেকীৰ বনভোজস্থলী কমলাবাৰীত অসমীয়া যুৱ মঞ্চৰ শ্ৰমদান কাৰ্যসূচী

গেলেকীৰ বনভোজস্থলী কমলাবাৰীত অসমীয়া যুৱ মঞ্চৰ শ্ৰমদান কাৰ্যসূচী ।।

এই কাৰ্যসূচীৰ যোগেদি বনভোজস্থলীলৈ প্ৰৱেশ দ্বাৰকে ধৰি বনভোজ স্থলীৰ বিভিন্ন স্থানত শ্ৰমদান কৰা হয় ।।

অনুষ্ঠানটিত গেলেকী আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধশতাধিক সদস্য উপস্থিত আছিল ।।

নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত বনভোজপ্ৰেমীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী ৰূপায়ন কৰে অসমীয়া যুৱ মঞ্চ‌ই ।।





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *