গুৱাহাটী GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

গুৱাহাটী GRPৰ হাতত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা৷ ২৪ কেজি গাঞ্জাসহ দুই মহিলাক গ্ৰেপ্তাৰ GRPৰ৷ মহিলা দুগৰাকীৰ নাম ৰাণী দেৱী আৰু সংগীতা দেৱী৷ দুয়োগৰাকী মহিলাৰ ঘৰ বিহাৰৰ পাটনাত৷ ব্ৰহ্মপুত্ৰ মেইলযোগে গাঞ্জাখিনি বিহাৰলৈ নিয়াৰ চেষ্টা চলাইছিল মহিলা দুগৰাকীয়ে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *