গুৱাহাটী ৰে’লৱে ষ্টেচনত পুনৰ জব্দ বুজন পৰিমাণৰ গাঞ্জা। ৰে’লৱে আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ এই গাঞ্জাখিনি। তেজছ এক্সপ্ৰেছৰ কেবিনৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। সৰবৰাহকাৰী ৰাকেশ দাস, ৰবীন্দ্ৰ মণ্ডল, অজয় কুমাৰক আটক। আগৰতলাৰ পৰা কাতিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল।
