গুৱাহাটীৰ আয়ুক্ত কাৰ্যালয়ত ক্ৰাইম ব্ৰান্সৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ নিতুল দাস নামৰ এজন কৰ্মচাৰী। গুৱাহাটীৰ ভূমি ভুৱা নথি-পত্ৰ বনাই পঞ্জীয়ন কৰে নিতুল দাসে। নিতুলৰ বাসগৃহত উদ্ধাৰ বহু ভূমি পঞ্জীয়ন সংক্ৰান্তীয় ফাইল। জব্দ হৈছে চৰকাৰী ছীল-মোহৰ।