অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।
আৰু এইবাৰ গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা
SOG,CRIME BRANCH,আৰু হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী প্ৰগতি পথত অভিযান চলাই।
উল্লেখযোগ্য যে অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭:৫ কেজি গাঞ্জা,নগদ ৪ লাখ ৩৩ হাজাৰ ৮০০ টকা আৰু ম’বাইল ফোন।
জানিব পৰা মতে ভাড়াৰুমত বাহৰ পাতি ব্যৱসায় চলোৱা ময়ুৰী বেগমক গ্ৰেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে।
আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।