খেলপ্ৰেমী সকলৰ বাবে আহিছে এক সুখবৰ।গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত বিশ্বকাপৰ মেচ অনুষ্ঠিতৰ সম্ভাৱনা।৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হব ODI ক্ৰিকেট বিশ্বকাপ।আৰু প্ৰথমবাৰৰ বাবে ভাৰতে এককভাবে আয়োজন কৰিব ODI বিশ্বকাপ।গুৱাহাটীৰ লগতে ভেনু তালিকাত অন্তৰ্ভুক্ত আছে দেশৰ ১২ খন চহৰৰ নাম।যিহেতু সম্ভাৱনা প্ৰকট হৈ উঠিছে। গুৱাহাটীত অনুষ্ঠিত হব বিশ্বকাপ ODI ক্ৰিকেট
