খাৰুপেটীয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰাক লৈ ৰাইজৰ ভিৰ

খাৰুপেটীয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰাক লৈ ৰাইজৰ ভিৰ।

খাৰুপেটীয়া এগৰাকী শিক্ষক বাপন দেৱনাথ ৰ বাসগৃহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।


আজি পুৱা এডাল প্ৰকাণ্ড অজগৰ ওলাই সন্ত্ৰাসৰ সৃষ্টি কৰে শিক্ষক বাপন দেৱনাথ ৰ বাসগৃহত। পাছত অজগৰ নিজে নিজে দত্ত ৰ এটা ভঁৰাল ত সোমাই যায় | অজগৰ ভঁৰাল ত সোমোৱা পাছত ঘৰ ৰ মানুহ ভঁৰাল বন্দ কৰি বন বিষয়া ক খবৰ দিয়ে আৰু তৎকালীন ভাবে বন বিষয়া শিক্ষক বাপন দেৱনাথ ৰ ঘৰ ত উপস্থিত হৈ অজগৰ ক উদ্ধাৰ কৰি লৈ যায় বন বিষয়া জনোৱা মতে অজগৰ প্ৰাপ্ত বায়স্ক আনুমানিক ১০ কিলোগ্ৰাম ত বেছি আছিল আৰু অজগৰ ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান ত মোকোলাই দিয়া হব বুলি জানিবলৈ দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *