সামাজিক মাধ্যমত ভাইৰেল হোৱা কৰিশ্মা নাথে এইবাৰ ভৰিৰে মুহাৰিলে অসমীয়াৰ স্বাভিমান গামোচা।অসমীয়াৰ গৌৰৱ অসমীয়াৰ স্বাভিমান গামোচা খন ভৰিৰে মুহাৰিব ক’ত অধিকাৰ পালে।সেয়া প্ৰশ্ন উত্থাপন হৈছে।পে পে কন্যাৰ কাণ্ডক লৈ তীব্র প্ৰতিক্ৰিয়া এতিয়া চৌদিশ।মাজুলীত অনুষ্ঠান পৰিবেশন কৰাৰ সময়তেই এই ঘটনা সংঘটিত হয়।
