কোভিড ভেকচিন লোৱা সকলৰ বাবে দুখবৰ!

আপুনি কোভিড ভেকচিন লৈছিল নেকি?যদি লৈছিল তেন্তে আপোনাৰ বাবে আহিছে বেয়া খবৰ।কিয়নো কোভিড ভেকছিনে বৃদ্ধি কৰে হাৰ্ট এটেকৰ আশংকা , মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছি বিপদৰ আশংকা! মাৰ্কিন বিশেষজ্ঞৰ দাবীত তীব্ৰ জোকাৰণি |
ফ্লৰিডাৰ শল্য চিকিৎসক জেনেৰেল ড. জোচেফ লাডাপোৱে কয় যে কোভিড-১৯ এমআৰএনএ ভেকছিনে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ আশংকা বৃদ্ধি কৰে। বিশেষকৈ ১৮ ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত এনে আশংকা অধিক দেখা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *