কোটি টকাৰ গাঞ্জা জব্দ মহানগৰ আৰক্ষীৰ



ৰাজ্যত অব্যাহত আছে গাঞ্জা বিৰোধী অভিযান

মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ গাঞ্জা

গাঞ্জা সৰবৰাহ কাৰীয়ে নতুন ৰন কৌশল সাজি সৰবৰাহ কৰিছিল বৃহৎ পৰিমানৰ গাঞ্জা

NL 01 AA 3038 নম্বৰৰ এখন ট্ৰেইলাৰত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰিছিল নিচাহযুক্ত গাঞ্জাখিনি

যুটীয়া আৰক্ষী আয়ুক্ত ৰ নেতৃত্বত গড়ছুক আৰক্ষীয়ে গোপন খৱৰৰ ভিত্তিত জব্দ কৰিলে পাচ শ কেজিতকৈ অধিক গাঞ্জা

গাঞ্জা সৰবৰাহৰ মূুল চাৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে

চাৰি সৰবৰাহকাৰী বিহাৰৰ মনিশ কুমাৰ, নবীন কুমাৰ, দীনবন্ধু কুমাৰ, সঞ্জয় কুমাৰ

গাঞ্জা খিনিৰ বজাৰ মূল্য প্ৰায় চাৰি কৌটি টকা

নিচাযুক্ত গঞ্জাখিনি গুৱাহাটীৰ মাজেৰে ত্ৰিপুৰাৰ পৰা মেইনলেণ্ডলৈ লৈ যোৱা কথা আছিল

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *