কোকৰাঝাৰ ৰে’ল ষ্টেচনত অঘটন

কোকৰাঝাৰ ৰে’ল ষ্টেচনত অঘটন। চলন্ত ৰে’লৰ পৰা জঁপিয়াই নমাৰ চেষ্টা কৰা নাৰ্ছৰ মৃত্যু। মৃত্যু কোকৰাঝাৰ মেডিকেল কলেজৰ নাৰ্ছ পৰিস্মিতা বৰাৰ। তেজপুৰৰ কমাৰ চুবুৰীত ঘৰ পৰিস্মিতা বৰাৰ। নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা জঁপিয়াই নামিছিল যুৱতীগৰাকী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *