কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম

কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম। ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত কৰণৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ। সেই উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমণ্ডলৰ অধীনত চৰাইদেউ জিলাৰ কুকুৰাচোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। এই আচঁনিত কলীয়ামাটি অঞ্চলৰ প্ৰায় ১৩৮ ঘৰ লোক উপকৃত হ’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *