কাহিলিপাৰাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ওপৰত বীৰত্ব

কাহিলিপাৰাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ওপৰত বীৰত্ব৷ এজন ব্যক্তিয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে এগৰাকী মহিলাক৷ ৰাজপথত পেলাই লৈ থেকেচি থেকেচি মাৰিছে মহিলাগৰাকীক৷ মহিলাগৰাকীক ৰক্ষা কৰিবলৈ আগুৱাই নাহিল কোনো৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *