কাছাৰৰ দিগৰখালত পুনৰ জব্দ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক।

কাছাৰৰ দিগৰখালত পুনৰ জব্দ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক।

আজি কাছাৰৰ দিগৰখাল ছয় নম্বৰ ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে এক অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় NL -01AE-0542, নম্বৰৰ এখন বার্মিজ চুপাৰী ভৰ্তি ট্রাক। অসম মিজুৰাম সীমান্ত লায়লাপুৰৰ পৰা চুপাৰী লৈ অহা সময়ত দিগৰখালত আৰক্ষীয়ে এক অভিযান চলায় আটক কৰিবলৈ সক্ষম হয়।ট্রাক খন আটক কৰিবলৈ সক্ষম হলেও পলাই যাবলৈ সক্ষম হয় চালক আৰু সহ চালক। বর্তমান ট্রাক খন কালাইন আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *