কাইলৈ পবিত্ৰ ঈদ

কাইলৈ পবিত্ৰ ঈদ।দেশৰ সমূহ ইছলামধৰ্মী লোকে পালন কৰিব পবিত্ৰ ঈদ-উদ-ফিটৰ।উল্লেখযোগ্য যে বিগত এক মাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা ।আৰু এই ৰোজা শুকুৰবাৰে অৰ্থাৎ আজি শেষ দিন । আজি ৰোজাৰ শেষ দিনটোত প্ৰতিটো দিনৰ দৰে আজিৰ সন্ধিয়াও ৰাজ্যবাসীৰ লগতে দেশৰ সমূহ ইছলাম ধৰ্মৰ লোকসকলো শেষ ৰোজা পালন কৰিব আৰু শনিবাৰৰ দিনটোত অৰ্থাৎ ২২ এপ্ৰিলৰ দিনটোত সমগ্ৰ দেশৰ ইছলাম ধৰ্মীৰ লোকে পালন কৰিব পবিত্ৰ ঈদ-উদ-ফিটৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *