কলিয়াবৰত বিলাসী চেণ্ট্ৰ বাহনত চোৰাং গৰু। বিলাসী বাহনৰ ভিতৰত গৰু দেখি হতবাক স্থানীয় ৰাইজ।বিলাসী গাড়ীৰ ভিতৰত গৰুৰ গোবৰেৰে ভৰ্তি । এতিয়া গো সৰবৰাহকাৰী য়ে লৈ চোৰাং গৰু সৰবৰাহ ৰ ন ন কৌশল।
মিছা আৰক্ষীয়ে জব্দ কৰে গৰু সহ চেন্ত্র বাহন খন।
আৰক্ষীয়ে ৰখিবলৈ সংকেত দিয়াত গাড়ী ৰখাই পলাবলৈ চেষ্টা চেণ্ট্ৰ বাহনৰ চালকৰ কিন্ত আৰক্ষীৰ তৎপৰতাত চামগুৰিৰ বৰমাবিলৰ ৰচিদুল হক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মিছা আৰক্ষীয়ে।
জব্দ কৰা বাহন খনৰ নাম্বাৰ হল AS 02D 1484
মিছা ৰৌমাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা গৰু সহ চেণ্ট্ৰ বাহন খন
আৰু এতিয়া বিলাসী বাহনত গৰু অনা কাৰ্য্যই চকু কপালত তুলিছে স্থানীয় লোকৰ।
ঘটনা সন্দৰ্ভত মিছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
