কণ-কণ শিশুসকলৰ জীৱনকলৈ হেতালি খেলা এটা অংগনবাড়ী
বগৰীবাৰী নেহৰু স্মৃতি পুঠিভৰাল অংগনবাদী কেন্দ্ৰ ,
হাজাৰ কৈ থাকিলেও ওৰকে নপৰে বিয়াগোম সমাজ কল্যাণ বিভাগটোৰ অনিয়ম-দুৰ্নীতিৰ কথা ।
অংগনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ ৰূপত ক্ষোভিত হৈ পৰিছে অভিভাৱক সকল ।
আজি পাঁচ বছৰে কেন্দ্ৰটোৰ জৰাজীৰ্ণ ৰূপতে চলিছে পাঠদান ।
ৰাইজে অতিশীঘ্ৰে কেন্দ্ৰটো মেৰামতি কৰি শিশুসকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনাইছে ।
