কটাহবাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

কটাহবাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।গঢ়চূক থানাৰ অন্তৰ্গত গুৱাহাটী কটাহবাৰিত ভয়ংকৰ পথ দৃৰ্ঘটনা ৷জানিব পৰা মতে ব্যক্তি গৰাকী বেহাৰবাৰীৰ ছবুড কুমাৰ বুলি জানিব পৰা গৈছে।আঘাতপ্ৰাপ্ত লোকজনক গঢ়চূক আৰক্ষীয়ে GMCH লৈ প্ৰেৰণ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *