কংগ্ৰেছ এতিয়া ডুৱন্ত নাওঁ

কংগ্ৰেছ এতিয়া ডুৱন্ত নাওঁ ।। নাও খনৰ তলিত এতিয়া বহুত ফুটা যাক নেকি কংগ্ৰেছে গণি শেষ কৰিব নোৱাৰে এই মন্তব্য কৰে : সাংসদ দিলীপ শইকীয়াই।

কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিক লৈ সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অন্ত পেলায় সভাপতি নিৰ্বাচিত হৈছে যদিও গান্ধী পৰিয়ালৰ ৰিম’ৰ্ট কন্ট্ৰ’লৰে চলিব লাগিব সভাপতি বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।

যুৱপ্ৰজন্মক আওকাণ কৰি যুৱ প্ৰজন্মৰ নেতা শশী থৰুৰক বঞ্চিত কৰি খাৰ্গেক সভাপতি নিৰ্বাচন।

যাক লৈ কেইবাটাও তীৰ্যক মন্তব্য কংগ্ৰেছ দলটোৰ প্ৰতি সাংসদ গৰাকীৰ।।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *