কংগ্ৰেছ আম আদমীৰ চিপাহীৰ এজন সদস্য আছিল জয়ন্ত মল্লবৰুৱা-ৰকিবুল হুছেইন

‘কংগ্ৰেছ আম আদমীৰ চিপাহীৰ এজন সদস্য আছিল জয়ন্ত মল্লবৰুৱা। তেওঁ পোৱা ঠিকাৰ ওপৰত CBI, EDৰ তদন্ত হওক। ক্ষমতাৰ ৰাগীত মত্ত হৈ প্ৰলাপ বকিছে। তেওঁ এতিয়া পোহৰ দেখিছে, কিন্তু সেই পোহৰ জুইহে’। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক প্ৰত্যুত্তৰ বিধায়ক ৰকিবুল হুছেইনৰ। উঁইচিৰিংগা পোকেৰে তুলনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক। ঠিকা দিলেই ৰকিবুল হুছেইন বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *