কংগ্ৰেছৰ বৃহৎ বিফলতা!

কংগ্ৰেছৰ বৃহৎ বিফলতা! সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে ।আগন্তুক আঠ বছৰলৈ খেলিব নোৱাৰিব নিৰ্বাচন।৪বছৰৰ পূৰ্বে কৰ্ণাটকৰ এক সভাত মোডীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল।বৃহস্পতি বাবে সেই বিষয়ত দোষী সাব্যস্ত কৰিছিল ৰাহুল গান্ধীক। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *