এটা ম’বাইলৰ বাবেই হাহাকাৰ এটা পৰিয়ালত

এটা ম’বাইলৰ বাবেই হাহাকাৰ এটা পৰিয়ালত। ৪ দিনে সন্ধানহীন গোলাঘাটৰ এজন যুৱক। কমাৰবন্ধা নামচনিয়া গাঁৱৰ যুৱকজন কল্পজ্যোতি বৰা। জিতেন বৰা আৰু ৰীতা বৰাৰ পুত্ৰ কল্পজ্যোতি। ম’বাইলত গেম খেলিবলৈ নোপোৱাৰ বাবে এই কাণ্ড।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *