উদুলি মুদুলি বৰপেটা

উদুলি মুদুলি বৰপেটা ! সত্ৰনগৰীৰ চৌদিশে হোলী গীতৰ গুঞ্জন।
দ্বীতিয় বৈকুণ্ঠপুৰীত পৰিণত বৰপেটা।আকাশে বতাহে মাথোন হোলীৰ আনন্দ ! পাৰ ভঙা উচাহত সীমা নাই বৰপেটাবাসী৷ নাম কীৰ্ত্তন, গায়ন বায়নেৰে উখল মাখল সত্ৰনগৰী বৰপেটা ৷ আবিৰৰ ৰঙত ৰঙীন বৰপেটাৰ আকাশ বতাহ ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *