উত্তৰ-পূৱ উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা By Dipshikha - July 10, 2024 62 FacebookTwitterPinterestWhatsApp উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা। গাখীৰ কঢ়িওৱা কণ্টেইনাৰত খুন্দা দ্ৰুতবেগী বাছৰ। দুৰ্ঘটনাত ১৮জন লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত ৩০জনৰো অধিক লোক। বিহাৰৰ পৰা দিল্লী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...