আৰক্ষীৰ জালত প্ৰৱঞ্চকৰূপী বেংক মেনেজাৰ

57

প্ৰাক্তন DIGৰ বেংক একাউণ্টৰ পৰা হেৰাল লাখ লাখ টকা।

আৰক্ষীৰ জালত প্ৰৱঞ্চকৰূপী বেংক মেনেজাৰ।

ৰাজ্যৰ এগৰাকী প্ৰাক্তন DIGৰ SBIৰ একাউণ্টত হাত দিলে খোদ বেংকৰ মেনেজাৰে।

আচৰিত যেন লাগিলেও এই ঘটনা সত্য।

ভৱধৰ দত্ত নামৰ প্ৰাক্তন ডি আই জি গৰাকীৰ লগত ঘটিল এই ঘটনা।

একেলগে ২৬ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰে।