আৰক্ষীৰ অত্যাচাৰত যুৱকৰ চৰম পন্থা

আৰক্ষীৰ অত্যাচাৰত যুৱকৰ চৰম পন্থা৷ যুৱকজনৰ নাম দীপাংকৰ গগৈ৷ তিতাবৰৰ বিৰিণাশায়েকত ঘৰ দীপাংকৰৰ৷ কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক৷ যোৰহাটৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কৰিছিল আটক৷ আলফাৰ লিংকমেনৰ সন্দেহত থানাত চলাইছিল নিৰ্যাতন৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *