আনন্দ মিশ্ৰ যোগদানৰ পিছতে লখিমপুৰত প্ৰথমটো এনকাউন্টাৰৰ ঘটনা

আনন্দ মিশ্ৰ যোগদানৰ পিছতে লখিমপুৰত প্ৰথমটো এনকাউন্টাৰৰ ঘটনা।

বঙালমৰাৰ ২ নং ইছলামপুৰত আৰক্ষীৰ এনকাউন্টাৰ।

আনাৰুল ইছলাম নামৰ এজন যুৱকৰ ভৰিত লাগিল গুলী।
ককায়েক ছাদ্দাম হুছেইনক বিচাৰি আনাৰুল ইছলামক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে।
অভিযানৰ সময়তে সংঘটিত হ’ল এই ঘটনা।

কি গোচৰত কাক, কাক বিচাৰি অভিযান চলাইছিল একো সদৰী কৰা নাই আৰক্ষীয়ে।
আনাৰুল ইছলামক পূৰ্বেতে ড্ৰাগছ সৰবৰাহ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *