আজি পবিত্ৰ গণেশ চতুৰ্থী

আজি পবিত্ৰ গণেশ চতুৰ্থী

আজি সমগ্ৰ ৰাজ্য গণেশ বন্দনাৰে মুখৰিত হৈছে
বিশ্বনাথৰ গলিয়াটো দেখা গৈছে গণেশ পূজা পালন কৰা ৷

গলিয়া অঞ্চলৰৰ পৰাঅহা ভক্তৰে আধ্যত্মিক পৰিবেশ বিৰাজ কৰাৰ লগতে গণেশ বাবাৰ শ্ৰী চৰণত সকলোৱে ধুপ চাকি নৈবদ্যৰে আশীষ লোৱা দেখিবলৈ পোৱা গৈছে ৷আনহাতে আজি গণেশ পূজাৰ দিনাই গলিয়া গাওঁ উন্নয়ন সমিতি ,গলিয়া উত্তৰ মহিলা সমিতি,তামাং মহিলা সমিতৰ লগতে গলিয়াৰ ৰাইজ সহ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গণেশ মন্দিৰৰ লাইখুট স্থাপন কৰা হয়। ‌।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *