আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। দিনৰ ১২ বজাত ঘোষণা কৰিব নিৰ্বাচন আয়োগে। ঘোষণা হ’ব মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন। তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিনো কৰিব ঘোষণা। দুপৰীয়া নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *