আজি অৱসৰ ল’ব ফুটবল তাৰকা সুনীল চেত্ৰীয়ে

31

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আজি অৱসৰ ল’ব ফুটবল তাৰকা সুনীল চেত্ৰীয়ে। ভাৰতৰ বাবে ১৫০খন খেলত অংশগ্ৰহণ কৰিছে তাৰকা খেলুৱৈগৰাকীয়ে, কেৰিয়াৰত ৯৩ সংখ্যক গল । আজি কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ মেচ। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল।