আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20ৰ সন্মিলন। ২০খন ৰাষ্ট্ৰৰ প্ৰায় ১০০গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণ সন্মিলনত। ‘এক বিশ্ব এক পৰিয়াল এক ভবিষ্যৎ’ শীৰ্ষক লক্ষ্যৰে আৰম্ভ প্ৰথম দিনৰ কাৰ্যসূচী।